ডিঙিত গামোচা লৈ মক্কা-মদিনালৈ ৰাওনা হ’ল অসমৰ হজযাত্ৰী। আজি ১৫০ গৰাকী হজযাত্ৰী ৰাওনা হয় মক্কালৈ। গামোচাৰে অসমৰ স্বাভিমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠাৰ প্ৰয়াস অসমৰ হজযাত্ৰীৰ। লক্ষ লক্ষ লোকৰ মাজত উজলি ৰ’ব অসম। এই উদ্দেশ্যেৰে আজি গামোচা লৈ ৰাওনা হ’ল প্ৰথমটো যাত্ৰীৰ দল। উত্তৰ-পূবৰ পৰা এইবাৰ মুঠ ৩ হাজাৰ ৫৯৪ গৰাকী যাত্ৰী ৰাওনা হ’ব মক্কালৈ। #NewsLive #AssamNews
Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
Visit our website for all news updates:

0 Comments